সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়
Subject Information
Title: সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়
Language: অসমীয়া
Authorship: শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Short Discription: সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।
Addition Date: 2015-05-26
Short Link: http://IslamHouse.com/888540
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী