ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

Figures Subject Information
Title: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Short Discription: ৰফিকুল ইছলাম পিতা হাবিবুৰ ৰহমান পিতা মছীৰুদ্দীন পিতা চৈয়দ চৰকাৰ। জন্মঃ ০১-১০-১৪১০ হিজৰী মুতাবিক ২৭-০৪-১৯৯০ চন তাৰিখে গোৱালপাৰা জিলাৰ হাগুৰিপাৰা গাওঁত জন্ম লাভ কৰে। মাহাদ ওছমান বিন আফ্ফান লি তাহফীজিল কোৰআনিল কাৰীমৰ পৰা কোৰআন হিফজ কৰি জামিয়া ইছলামীয়া খাৰুপেটীয়াত আৰবী শিক্ষা আৰম্ভ কৰে। ২০১০ চনত তাৰ পৰা আলিমিয়্যাতৰ চনদ লৈ দিল্লী জামিয়া ৰিয়াজুল উলুমত ফজিলতৰ শিক্ষা লোৱাৰ বাবে ৰাৱানা হয়। ২০১২ চনত ফজিলতৰ চনদ অৰ্জন কৰে আৰু ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদী আৰবত অধ্যায়নৰত।
Addition Date: 2015-01-28
Short Link: http://IslamHouse.com/809197
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী
সম্পৰ্কিত বিষয়বস্তু সমূহ ( 75 )
Go to the Top