ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম
Subject Information
Title: ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম
Language: অসমীয়া
Reviewing: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Short Discription: ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ মুৰতাদ, তেওঁ মুছলিম নহয়। দলীল-প্ৰমাণৰ ভিত্তিত তাৰ যুক্তি খণ্ডন কৰা আৰু তাক তওবা কৰাৰ আহ্বান জানোৱা ওৱাজিব- যেন তেওঁ ইছলামলৈ উভতি অহাৰ সুযোগ পায়। অন্যথা ইহকাল আৰু পৰকালত তেওঁৰ বিৰুদ্ধে ইছলাম ত্যাগকাৰী মুৰতাদৰ বিধান প্ৰযোজ্য হ’ব।
Addition Date: 2015-12-04
Short Link: http://IslamHouse.com/2783451
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী