দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ

Title: দ্বীনৰ ওপৰত অবিচল থকাৰ উপায়সমূহ
Language: অসমীয়া
Authorship: মুহাম্মদ ছলেহ আল মুনাজ্জিদ
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: উক্ত পুথিখনত দ্বীনৰ ওপৰত অবিচল থকাৰ কিছুমান উপায় আলোচনা কৰা হৈছে।বিশেষকৈ অন্যায়-অত্যাচাৰ ও যুলুম-নিৰ্যাতনৰ সময়ত এজন মুছলিমৰ কৰণীয় কি সেয়া কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে।
Addition Date: 2016-05-20
Short Link: http://IslamHouse.com/2804918
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী