(চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

Title: (চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা
Language: অসমীয়া
The Writer: ছলেহ ইবনে ফাওজান আল-ফাওজান
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।
Addition Date: 2016-05-02
Short Link: http://IslamHouse.com/2804264
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী