চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা
Subject Information
Title: চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা
Language: অসমীয়া
Authorship: শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইত্তেবা বা অনুকৰণ সাব্যস্ত হোৱাৰ বাবে যিবোৰ বিষয় প্ৰয়োজনীয় সেইবোৰ সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে।
Addition Date: 2016-04-18
Short Link: http://IslamHouse.com/2802219
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী