ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা

Title: ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা
Language: অসমীয়া
Authorship: শ্বাইখ আবু বকৰ মুহাম্মদ যাকাৰিয়্যাহ
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
Addition Date: 2016-03-30
Short Link: http://IslamHouse.com/2800437
This address categorized objectively under the following classifications
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী