যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা
Subject Information
Title: যাকাত আৰু ছওম বিষয়ক দুটা পুস্তিকা
Language: অসমীয়া
Authorship: শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে।
Addition Date: 2016-03-19
Short Link: http://IslamHouse.com/2798742
This address categorized objectively under the following classifications
বিধান » চিয়ামৰ বিধি
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী