ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন
Subject Information
Title: ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন
Language: অসমীয়া
Authorship: মুহাম্মদ আল-আমীন আশ্ব-শ্বানক্বীতি
Translation: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publisher: ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
Short Discription: “ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে:
প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম আৰু আন আন কৰ্মৰ মাজত পাৰ্থক্য। চতুৰ্থ: চৰিয়তৰ বিধানৰ বাহিৰে আন বিধানেৰে বিচাৰ-ফয়ছালা (মীমাংসা) কৰা। পঞ্চম: সামাজিক অৱস্থা। ষষ্ঠ: অৰ্থনীতি। সপ্তম: ৰাজনীতি। অষ্টম: মুছলিমসকলৰ ওপৰত কাফিৰসকলৰ প্ৰভাৱ বিস্তাৰজনিত সমস্যা। নৱম: সংখ্যাত আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাফিৰসকলৰ প্ৰতিৰোধত মুছলিমসকলৰ দুৰ্বলতাজনিত সমস্যা। দশম: সমাজৰ মাজত আন্তৰিক অনৈক্যজনিত সমস্যা

Addition Date: 2016-02-22
Short Link: http://IslamHouse.com/2794966
This address categorized objectively under the following classifications