সন্তান লালন-পালন
Subject Information
Title: সন্তান লালন-পালন
Short Discription: সন্তান লালন-পালন সংক্ৰান্ত ফাইল: যিকোনো সমাজক সংস্কাৰ আৰু পৰিশুদ্ধ কৰিবলৈ হ'লে, গুৰুত্বপূৰ্ণ যি পদক্ষেপটো লোৱা হ'ব সেয়া হৈছে নৱপ্ৰজন্মৰ লালন-পালন আৰু সিহঁতক সাৰ্বিকভাৱে বেয়া কাম আৰু কৰ্মকাণ্ডৰ পৰা হিফাজত কৰা। এই লালন-পালন কৰাৰ দায়িত্ব পৰিয়ালৰ পুৰুষ আৰু মহিলা সকলোৰে ওপৰত বাঞ্চনীয়। কাৰণ, পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তি দায়িত্বশীল, প্ৰত্যেককে তাৰ দায়িত্ব সম্পৰ্কে সোধা হ'ব।
এই পৃষ্ঠাত সন্তান লালন-পালন সংক্ৰান্ত বিভিন্ন উপাদান একত্ৰিত কৰা হৈছে।
এই পৃষ্ঠাত সন্তান লালন-পালন সংক্ৰান্ত বিভিন্ন উপাদান একত্ৰিত কৰা হৈছে।
Short Link: http://IslamHouse.com/2773433
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী - উইগুৰ - বঙালী - ইংৰাজী - কুৰ্দি - হিন্দি - উজবেক - ডাচ - বোছনিয়ান - থাই - তাজিকি - ফৰাচি - নেপালী - চীনা - ফাৰ্ছি - কান্নাডা - ভিয়েতনামিজ - গ্ৰীক - আফাৰ - বান্বাৰা - ছমালি - উৰ্দু - ঔলোফ - স্পেনিচ - মানডিনকা - ছিনহালি - তেলেগু - তামিল - মালয়ালম - আকানি - আমহাৰিক - তুৰ্কি - আল বানিয়ান - ছাৱাহিলী - মুৰী - হাউছা - তিগ্ৰিনি - ইন্দোনেচি - চেৰকেচিয়ান - মেকদোনিয়ান