মীমাংসা আৰু বিচাৰিক ফিকহ
Subject Information
Title: মীমাংসা আৰু বিচাৰিক ফিকহ
Short Discription: বিচাৰ। দাবী উত্থাপন। মীমাংসা। অজ্ঞাত আঘাতত নিহতৰ দিয়ত দাবী কৰি শপথ। দাবী প্ৰমাণৰ মাধ্যম আৰু ইয়াৰ প্ৰকাৰ; যেনে: সাক্ষ্যী: বৈশিষ্ট্য, ধৰন, সংখ্যা; শপথ: মূল আৰু বিধান; শপথ কৰোতে অস্বীকৃতি: অৰ্থ, বিধি-বিধান; স্বীকৃতি: অৰ্থ বিধান। দাবী প্ৰমাণৰ আধুনিক মাধ্যমসমূহ আৰু এই বিষয়ে বৰ্তমান ফকীহসকলৰ অৱস্থান।
Short Link: http://IslamHouse.com/2773074
এই বিৱৰণীটো নিম্ন ভাষাবোৰত অনুবাদ কৰা হৈছে: আৰবী - বঙালী - কুৰ্দি - ডাচ - বোছনিয়ান - ইংৰাজী - উজবেক - থাই - তাজিকি - ফৰাচি - নেপালী - ফাৰ্ছি - হিন্দি - চীনা - কান্নাডা - মালয়ালম - ভিয়েতনামিজ - বান্বাৰা - উইগুৰ - আফাৰ - ছমালি - উৰ্দু - স্পেনিচ - তিগ্ৰিনি - আকানি - ছিনহালি - তামিল - তেলেগু - আমহাৰিক - তুৰ্কি - মানডিনকা - আল বানিয়ান - মুৰী - ইন্দোনেচি - চেৰকেচিয়ান - মেকদোনিয়ান